Cartoon
View Older
গুৱাহাটী, ২৩ জানুৱাৰীঃযিমানেই বিতৰ্ক বাঢ়িছে সিমানেই লাভান্বিত হৈছে পাঠান।ছবিখন মুক্তিৰ বাবে মাজত মাথোঁ এটা দিন।২৫ জানুৱাৰীত মুক্তিলাভ কৰিব ছবিখনে।ছবিখনৰ মুক্তিৰ পূৰ্বে অনলাইনযোগে বিক্ৰীৰ বাবে দেশজুৰি মুকলি কৰি দিয়া হৈছে টিকট।
ইতিমধ্যে অসমৰ চিত্ৰগৃহত পাঠানৰ ৪০ লাখৰো অধিক টিকট বুকিং হৈছে।অনলাইন টিকট মুকলি কৰি দিয়াৰ লগে লগে পাঠানৰ টিকট বিক্ৰীয়ে অসমত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে।এতিয়ালৈ অসমত প্ৰায় ৪০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হৈছে।
Comments