Cartoon
View Older
গুৱাহাটী, ২৪ জানুৱাৰীঃ সম্ভৱতঃ শেহতীয়াকৈ এগৰাকী মাতৃৰ কাহিনী পোহৰলৈ আহিছে, যাৰ বিষয়ে শুনি হয়টো সকলোৱে আৱেগিক হৈ পৰিব।
সামাজিক মাধ্যমত বিক্ৰম নামৰ এজন লোকে এখন প্লেটৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত সম্পূৰ্ণ কাহিনীটো বৰ্ণনা কৰিছে যে, "এয়া মোৰ মাৰ প্লেট। তেওঁ যোৱা দুটা দশক ধৰি একেখন প্লেটত খাদ্য খাই আছিল। এইখন বৰ সৰু প্লেট, তেওঁ মোক আৰু মোৰ ভতিজীক ইয়াত খাবলৈ অনুমতি দিছিল। তেওঁৰ মৃত্যুৰ পিছতহে মোৰ ভনীয়ে মোক কৈছে যে, "মই মোৰ শৈশৱত পুৰস্কাৰ হিচাপে এই প্লেটখন জিকিছিলো।"
এই কাহিনীটোৱে বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীক আবেগিক কৰি তুলিছে। কিয়নো, এই মানুহজনৰ মাকে তেওঁৰ পুতেকে শৈশৱত পুৰস্কাৰ হিচাপে লাভ কৰা এই প্লেটখনত মৰমতে বিগত ২০ বছৰ ধৰি খাদ্য খাই আছিল।
Comments