Cartoon
View Older
গুৱাহাটী, ২৮ জানুৱাৰীঃজিনছ পিন্ধা বাবে আদালতৰ পৰা উলিয়াই দিলে অধিবক্তা বিজন মহাজনক।২৭ জানুৱাৰীত অধিবক্তাগৰাকী জিনছ পিন্ধি আদালতত হাজিৰ হৈছিল।তাৰ পাছতেই এক নিৰ্দেশযোগে অধিবক্তা গৰাকীক আদালত চৌহদৰ পৰা ন্যায়াধীশে উলিয়াই দিলে।
ইতিমধ্যে ন্যায়ধীশ গৰাকীয়ে বিষয়টো সন্দৰ্ভত মুখ্য ন্যায়ধীশক অৱগত কৰিছে।
Comments