Cartoon
View Older
গুৱাহাটী, ২৮ জানুৱাৰীঃমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুৱ প্ৰজন্মক বিশেষ আহ্বান।কলাক্ষেত্ৰৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া ভাষণৰ মাজতে তেওঁ কয় যে,' ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগে।বিয়া নপতাসকলে সোনকালে সোনকালে বিয়া পাতিব লাগে।
ৰখি থাকিলেও দিগদাৰ।যিদৰে কম বয়সত বিয়া পাতিব নালাগে, বেছি বয়সতো বিয়া হ'ব নালাগে।২২ৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে।৩৫ বছৰৰ পিছত বিয়া হোৱা, সন্তান জন্ম দিয়াটোৱেও কেতিয়াবা অসুবিধাত পেলায়।"
Comments