Cartoon
View Older
গুৱাহাটী, ২৯জানুৱাৰীঃ নতুন দিল্লীৰ ঐতিহাসিক বিজয় চ’কত হ'বলগীয়া BEATING THE RETREAT অনুষ্ঠানেৰে আজি চাৰিদিনীয়া গণৰাজ্য দিৱস উদযাপনৰ সামৰণি পৰিব। এই অনুষ্ঠানত শাস্ত্রীয় ৰাগ আধাৰিত ভাৰতীয় সংগীতৰ সুৰ পৰিৱেশন কৰা হ'ব।
উৎসঃ এ আই আৰ নিউজ
Comments