Cartoon
View Older
গুৱাহাটী, ২৯ জানুৱাৰীঃআজি ধেমাজি জিলাৰ সদৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ সন্মিলনত বিগত ৭৫ টা বছৰত শিক্ষাগ্ৰহণ কৰি যোৱা ১৫০০০ ছাত্ৰক ৰাজহুৱা কৈ সম্বৰ্ধনা জনোৱা হয়। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে য়ে এই সতীৰ্থ সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে।
উৎসঃ এ আই আৰ নিউজ
Comments