Cartoon
View Older
গুৱাহাটী,৩১ জানুৱাৰী:১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।সৰুসজাইত মোদীৰ সন্মুখনত প্ৰদৰ্শিত হ’ব বিহু।
১০-১৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখত প্ৰদৰ্শন কৰিব বিহু।ৰঙালী বিহুক গীনিজ বুক অব্ ৰেকৰ্ডলৈ নিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ ৰাজ্য চৰকাৰৰ।
Comments