Cartoon
View Older
গুৱাহাটী, ৩০ জানুৱাৰীঃলখিমপুৰৰ বিহপুৰীয়াত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী সংবাদ কৰ্মীৰ।বিবাহযাত্ৰী বাছে মহতিয়ালে বাইক আৰোহী পিতৃ-কন্যাক।থিতাতে নিহত হয় প্ৰথম খবৰৰ সংবাদকৰ্মী ডলী হাজৰিকা।বৰ্তমান চিকিৎসাধীন ডলীৰ পিতৃ দিলীপ হাজৰিকাৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ৪ দিনৰ চুটী লৈ গুৱাহাটীৰ পৰা লখিমপুৰ পোৱাৰ পাছতেই দেউতাকৰ লগত মাংস কিনিবলৈ যাওঁতেই বিবাহযাত্ৰী আল্ট্ৰা বাহনে মহতিয়াই নিলে দুয়োজনকে।দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাছখনৰ চালকজন।
Comments