Cartoon
View Older
গুৱাহাটী,৩০ জানুৱাৰী:ভাৰতৰ প্ৰবীণ বেট্ছমেন মুৰুলী বিজয়ে ৩৮ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে । তামিলনাডুৰ এই বিস্ফোৰক অপেনাৰ গৰাকীয়ে সোমবাৰে টুইটাৰযোগে এই কথা ঘোষণা কৰে ।
এসময়ত ভাৰতৰ হৈ নিয়মীয়া টেষ্ট অ’পেনাৰ হিচাপে খেলা বিজয়ে ২০১৮ চনৰ পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে । বাংগালুৰুত আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ এটা টেষ্ট শতক অৰ্জন কৰাৰ পিছত ভাৰতীয় দল পৰিচালনা সমিতিয়ে অষ্ট্ৰেলিয়াত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ অন্তত বিজয়ক বাদ দিয়াৰ সিদ্ধান্ত লয়।
Comments