Cartoon
View Older
গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ এচ এচ বি (সশস্ত্ৰ সীমাবল)ৰ প্ৰাক্তন মহাপৰিদৰ্শক নীলাম্বৰ বুঢ়াগোহাঁইৰ যোৱা ২৯ জানুৱাৰী ২০২৩ তাৰিখে শাৰিৰীক অসুস্থতাৰ বাবে মৃত্যু হয়। কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পিছত তেখেতে নানান সামাজিক তথা সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।
তেখেতেৰ মৃত্যুত গুৱাহাটীৰ বশিষ্ঠস্থিত গেমছ ভিলেজৰ লগতে ডিব্ৰুগড়ৰ বানীপুৰ অঞ্চলতো শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ।
Comments