Cartoon
View Older
গুৱাহাটী, ৬ ফেব্ৰুৱাৰীঃ সোমবাৰে পুৱা মধ্য তুৰ্কীত দুটা প্ৰচণ্ড ভুইকপৰ জোকাৰণি ঘণীভূত হয়। সূত্ৰ অনুসৰি, প্ৰথম ভূমিকম্পটো ৰিখটাৰ স্কেলত প্ৰায় ৭.৮ প্ৰাবল্যৰ আছিল। ইয়াৰ পিছতে আন ৬.৮ প্ৰাবল্যৰ ভূমিকম্প ঘণীভূত হয়।
ভূমিকম্পৰ উৎস মুখ্য চহৰ আৰু প্ৰাদেশিক ৰাজধানী গাজিয়ানটেপৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ দূৰত কেন্দ্ৰীভূত হৈছে। যি নুৰদাগী চহৰৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ দূৰত আছে। বৰ্তমান এই ভূমিকম্পৰ ফলত তীব্ৰ ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে।
Comments