Cartoon
View Older
গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহৰ বাবে মাথো কেইঘণ্টামানহে বাকী আছে। মঙলবাৰে দুয়ো চিৰজীৱনৰ বাবে বিবাহৰ বান্ধোনত সাঙোৰ খাই পৰিব। ৰাজস্থানৰ জয়সলমেৰৰ সূৰ্যগড় প্ৰাসাদত বিবাহৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ মাজতে দুই তাৰকাৰ সৈতে সম্পৰ্কিত এটা বিশেষ খবৰ প্ৰকাশ পাইছে।
সূত্ৰ অনুসৰি, কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই বিবাহৰ পিছত ৭০ কোটি টকীয়া বাংলোলৈ স্থানান্তৰিত হ'ব পাৰে। সিদ্ধাৰ্থ মালহোত্ৰাই জুহুত এটা সাগৰমুখী ঘৰ বিচাৰিছে। সিদ্ধাৰ্থই জুহুৰ এই বাসগৃহটো বান্দ্ৰাৰ ঘৰৰ দৰে ডাঙৰ আৰু সাগৰমুখী হ'ব।
Comments