Cartoon
View Older
গুৱাহাটী, ১ মাৰ্চঃ শ্বাহৰুখ খানে ৪ বছৰৰ পিছত বক্স অফিচত 'পাঠান' বোলছবিখনৰ সৈতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। কিন্তু শ্বাহৰুখৰ এই সফলতাত যেন ছলমানৰ ভায়েক আৰবাজ খানে সহজভাৱে ল'ব পৰা নাই। শেহতীয়া এক সাক্ষাৎকাৰত, আৰবাজে শ্বাহৰুখ খানৰ ছবিখনক লৈ ইমান সমালোচনা কৰিছে যে সকলোৱে জানি আচৰিত হৈ পৰিব।
আৰবাজে শ্বাহৰুখৰ পাঠান সন্দৰ্ভত কৈছে যে, "পাঠানৰ সময় খুব ভাল আছিল। যোৱা ২ বছৰত শ্বাহৰুখ আৰু তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা পৰিস্থিতিবোৰ, মই অনুভৱ কৰোঁ যে এইটো সেই দৰিদ্ৰ লোকজনৰ বাবে দৰমহা আদায় কৰা পৰীক্ষাৰ দৰে আছিল। এইখন এখন ভাল চিনেমা আৰু চিনেমাখনত তেওঁৰ অভিনয় ভাল হৈছে।"
Comments