Cartoon
View Older
গুৱাহাটী, ১ মাৰ্চঃ বুধবাৰে ধুবুৰীৰ গোলাকগঞ্জত পুৱতি নিশা আৰক্ষীয়ে এখন বিলাসী বাহনৰ পৰা ৫ টা চোৰাং গৰু উদ্ধাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, বিৰাট নগৰ চাৰিআলিৰ পৰা অহা দুৰ্ঘটনাগ্ৰস্ত এএছ ০১ এএ ৩৬৪৪ পঞ্জীয়ন নম্বৰৰ এখন চেভ্ৰলেট বাহনে আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰে।
তাৰ পিছতে আৰক্ষীয়ে তালাচী চলোৱাত চোৰাং গৰুকেইটা উদ্ধাৰ কৰে আৰু বাহনখন জব্দ কৰে। ইপিনে, বাহনখনৰ চালকজনক আৰক্ষীয়ে আটক কৰিছে।
Comments