Classifieds
View All
গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: বলীউদৰ তাৰকা চলমান খানৰ যোধপুৰ চেছন আদালতত ক্ষমাপ্ৰাৰ্থনা।কাৰণটো হ'ল : ১৯৯৩ চনত তাৰকা জনে তেওঁৰ বিৰুদ্ধে চলি থকা কৃষ্ণসাৰী মৃগ হত্যাৰ গোচৰৰ শুনানীৰ সময়ত 'ভূলবশত:" এখন মিছা শপতনামা দাখিল কৰিছিল।
এই গোচৰটোৰ চূড়ান্ত ৰায়দান অহা বৃহস্পতিবাৰে আশা কৰা হৈছে।তাৰকাজনৰ হৈ ক্ষমা বিচাৰি তেওঁৰ উকিলে আদালতক জনাইযে ১৯৯৩ চনৰ ৮ আগষ্টত চলমান খানে ভূলবশত: শপতনামাত ওেওঁৰ বন্দুকৰ অনুজ্ঞাপত্ৰ হেৰাইছে বুলি উল্লেখ কৰিছিল কিয়নো ব্যস্ততাৰ বাবে তেওঁ পাহৰি গৈছিলযে অনুজ্ঞাপত্ৰখন প্ৰকৃততে নবীকৰণৰ বাবে দিয়া হৈছিল।
Comments