Classifieds
View All
গুৱাহাটী,১০ ফেব্ৰুৱাৰী: নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ৰ্ফাটিলাইজাৰ ৰ্কপৰেচন লিমিটেডৰ ইউৰীয়া উৎপাদন গোট দুটাৰ কাৰ্য্যক্ষমতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক বিষয় সম্পৰ্কীয় কেবিনেট কমিটীয়ে ১০০ কোটি টকাৰ সাহায্যৰ (গ্ৰাণ্ট-ইন-এইড) অনুমোদন দিছে।
এই সাহায্যৰ ফলত উদ্যোগটোৰ বাৰ্ষিক ইউৰীয়া উৎপাদন পুনৰ ৩.৯০ লাখ মেট্ৰিকটন হ'ব বুলি আশা কৰা হৈছে।
Comments