Choose Language

  • All  
  • English
  • অসমীয়া

বিজেপি  চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইন (কা) বলবৎ কৰাৰ পৰিকল্পনাক অজাপৰ গৰিহণা


Published on February 12, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

সংসদত প্ৰস্তুত হৈ আছে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ নিয়ম : অন্তিম সময়সীমা লোকসভাৰ বাবে ৯ এপ্ৰিল, ৰাজ্যসভাৰ বাবে ৯ জুলাই


Published on February 2, 2021|News Source : জনমভূমি সংবাদ

গুৱাহাটী, ২ ফেব্ৰুৱাৰী: নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ নিয়ম সমূহ বৰ্তমান সময়ত প্ৰস্তুত কৰা হৈ আছে ৷ আজি সংসদৰ বাজেট অধিৱেশনত এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে দেশৰ ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

সংসদৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়- “নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ অন্তৰ্গত নিয়মসমূহ বৰ্তমান সময়ত প্ৰস্তুত কৰা হৈ আছে ৷ লোকসভা আৰু ৰাজ্যসভাৰ কমিটিক এই আইনৰ নিয়মসমূহ প্ৰস্তুত কৰাৰ বাবে অন্তিম সময়সীমা ক্ৰমে ৯ এপ্ৰিল আৰু ৯জুলাই বান্ধি দিয়া হৈছে ৷

 


Published on January 1, 1970|News Source :


Published on January 1, 1970|News Source :
Cartoon
View Older

 

September 29, 2022




From Our Archive

Create Account