Classifieds
View All
গুৱাহাটী, ১০ জানুৱাৰী: নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত থকা জুকু ভেলীৰ যোৱা ১০টা দিনৰ পৰা বনজুই বৰ্তমান নিয়ন্ত্ৰণলৈ অনা হৈছে ৷
মণিপুৰ সেনাপতি জিলাৰ উপায়ুক্ত কিৰণ কুমাৰে এই তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
উল্লেখ্য যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বল (এন.ডি.আৰ.এফ)ৰ ৬০জন জোৱানক নিয়োগ কৰা হৈছে ৷ ভাৰতীয় সেনা আৰু আছাম ৰাইফলছে এন.ডি.আৰ.এফক এইক্ষেত্ৰত সহায় আগবঢ়াইছিল ৷
Comments