Classifieds
View All
গুৱাহাটী, ১১ জানুৱাৰী: বিৰাট ক’হলি আৰু অনুস্কা শৰ্মাৰ জীৱনলৈ আহিছে এটি কন্যা সন্তান ৷ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰি বিৰাট ক’হলিয়ে কয়- “ আমি দুয়োজনে এই কথা জনাবলৈ পাই সুখী যে আজি দুপৰীয়া আমাৰ জীৱনলৈ এটি কন্যা সন্তান আহে ৷ আমি আপোনালোকৰ শুভেচ্ছা আৰু শুভকামনাৰ প্ৰতি কৃতজ্ঞ ৷ অনুষ্কা আৰু আমাৰ কন্যা সন্তান বৰ্তমান সময়ত সুস্থ হৈ আছে ৷ আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত আমাক কিছু ব্যক্তিগত জীৱনত কিছু গোপনীয়তাৰ প্ৰয়োজন হ’ব ৷”
Comments