Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,১৯ জানুৱাৰী:অৱশেষত চূড়ান্ত হ’ল কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা।
আনুষ্ঠানিক ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ।
আজি হোটেল palacio ত এক সংবাদমেল সম্বোধন কৰি বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে তেওঁলোক একত্ৰিত হোৱা বুলি জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
সংবাদমেলত উপস্থিত AIUDF ৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, বিধায়ক ৰচিদ হক চৌধুৰী, আঞ্চলিক গণ মৰ্চাৰ নেতা অজিত ভূঞা, মনজিত মহন্ত, CPI CPI(M) আৰু CPI(ML)দলৰ নেতৃত্ব।
Comments