Classifieds
View All
গুৱাহাটী, ২১ জানুৱাৰী: বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ভাৰতত ক’ভিড ১৯ৰ ভেকচিন টিকাকৰণ অভিযানৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লাভ কৰিব ক’ভিড ভেকচিন ৷ উল্লেখ্য যে ভাৰতত ক’ভিড ভেকচিনৰ টিকাকৰণ অভিযানৰ আৰম্ভণি হৈছিল জানুৱাৰী ১৬তাৰিখে . প্ৰথম পৰ্যায়ত দেশৰ চিকিৎসক, স্বাস্থ্যকর্মী সকলক সামৰি লোৱা হৈছিল ৷ দ্বিতীয় পৰ্যায়ত ৫০ উৰ্দ্ধৰ আৰু ৰোগৰ লক্ষণ থকা ব্যক্তিসকলে লাভ কৰিব এই ভেকচিন ৷
Comments