Classifieds
View All
গুৱাহাটী, ২২ জানুৱাৰী: মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ অবৈধ কয়লা খনি এটা সংঘটিত হোৱা এটা দুৰ্ঘটনাত নিম্নতম ৬জন ব্যক্তিৰ মৃত্যু খবৰ লাভ কৰা গৈছে ৷ পূব জয়ন্তীয়া পাহাৰৰ জিলা আৰক্ষীয়ে জনোৱা অনুসৰি অসমৰ কৰিমগঞ্জ জিলাৰ পৰা যোৱা ৬জন ব্যক্তি কয়লা খনিত হোৱা দুৰ্ঘটনাৰ ফলত মৃত্যু মুখত পৰে ৷
উল্লেখ্য যে উক্ত স্থানতে ২০১৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অবৈধ কয়লা খননৰ সময়ত হোৱা দুৰ্ঘটনাৰ ফলত ১৫জনকৈ ব্যক্তিৰ মৃত্যু হৈছিল ৷
ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰে মেঘালয়ত অবৈজ্ঞানিকভাৱে কৰা খনন কাৰ্যত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰিছিল ৷
Comments