Classifieds
View All
প্ৰণৱজ্যোতি দত্ত ২৮জানুৱাৰী:৭২ সংখ্যক গণৰাজ্য দিৱসত উত্তৰ প্ৰদেশৰ প্ৰতীকপটে লাভ কৰিলে শ্ৰেষ্ঠ প্ৰতীকপটৰ সন্মান।
নৱনিৰ্মিত ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল এই প্ৰতীকপট।
এই প্ৰতীকপটৰ প্ৰতিযোগিতাত ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অংশ গ্ৰহণ কৰিছিল।
উত্তৰ প্ৰদেশৰ প্ৰতীকপটক বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰেষ্ঠত্বৰ সন্মান প্ৰদান কৰিব।
উল্লেখ্য যে,২০২০বৰ্ষত গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটে আজুৰি আনিছিল শ্ৰেষ্ঠ প্ৰতীকপটৰ খিতাপ।
Comments