Choose Language

  • All  
  • English
  • অসমীয়া

ভয়াৱহ হৈ পৰিছে অসমত ক'ভিডৰ সংক্ৰমন:আজি ৰাজ্যত ঘোষণা কৰা হব নতুন গাইড লাইন


Published on April 20, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

সাৱধান হওক:অসমত এদিনতে ১৩৬৭ জন লোকৰ দেহত ক'ভিড পজিটিভ


Published on April 20, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী; ২০এপ্ৰিল:অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমন।অসমত বিপজ্জনক ৰূপত কৰ’নাৰ সংক্ৰমণ।সেয়ে সকলো সাৱধান হওঁক।অসমত এদিনতে কৰ'নাত আক্ৰান্ত হৈছে ১৩৬৭ জন লোক।

ইফালে অসমত এদিনতে মৃত্যু হৈছে ৭ জন লোকৰ।সোমবাৰৰ দিনটোত অসমত আক্ৰান্তৰ হাৰ ২.০৯ শতাংশ।
 

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত ৪৮২ জন লোক,ডিব্ৰুগড় জিলাত ১০৯ জন লোক,শোণিতপুৰ জিলাত ৬৭ জন লোক,তিনিচুকীয়া জিলাত ৫৩, নগাঁৱ জিলাত ৫৫ জন,বৰপেটা জিলাত ৫৪ জন লোক কৰ'নাত আক্ৰান্ত হৈছে।

Cartoon
View Older

 

May 19, 2021




From Our Archive

Create Account