Choose Language

  • All  
  • English
  • অসমীয়া

ভয়াৱহ:কুম্ভমেলাৰ পৰা অহা অসমৰ ১৬ গৰাকী লোকৰ দেহত কৰ'না


Published on April 20, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

শিৱসাগৰত কৰ’নাৰ ব্যাপক সংক্ৰমণ:১১৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ


Published on April 20, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী; ২০এপ্ৰিল:শিৱসাগৰত কৰ’নাৰ ব্যাপক সংক্ৰমণ।শিৱসাগৰত ক’ভিডৰ দ্বিতীয় ঢৌত ১১৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।তথ্য অনুসৰি ১ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈকে শিৱসাগৰত ১১৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে।

শিৱসাগৰত বৰ্তমানলৈকে ২১৪৬ গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছে।জিলাখনত সৰ্বাধিক সোমবাৰে ৩২ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে।জিলাখনত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন।

শিৱসাগৰত ৬৬ গৰাকী লোক হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ২৪ গৰাকী, চুক্যাফা হাস্পাতালত ২ গৰাকী, টেঙাখাট মডেল হাস্পাতালত এগৰাকী আৰু আন চিকিৎসালয়ত দুগৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে।

Cartoon
View Older

 

May 18, 2021




From Our Archive

Create Account