Choose Language

  • All  
  • English
  • অসমীয়া

ভয়ংকৰ ঘটনা:হাস্পতালত অক্সিজেন টেংক লিক হৈ ২২গৰাকী ৰোগীৰ মৃত্যু


Published on April 21, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

ক'ভিডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা


Published on April 21, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২১ এপ্ৰিল:ক'ভিডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

মন্ত্ৰী গৰাকীয়ে কয় যে,পৰিস্থিতি জটিল হ’লে হাইস্কুল শিক্ষান্ত আৰু উচ্চতাৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা বাতিল কৰা হ’ব।

ক'ভিড ৰোগীৰ সংখ্যা এহেজাৰ হ’লে স্কুল কলেজ বন্ধ কৰি দিয়া হ’ব।

গুৱাহাটীত ক'ভিড স্কীণিং চেন্টাৰ ৬০ লৈ বৃদ্ধি কৰা হ’ব।বিমানত অহা যাত্ৰী ৭ দিন হোম কোৱৰেণ্টিনত থাকিব লাগিব।

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account