Cartoon
View Older
গুৱাহাটী, ২১ এপ্ৰিলঃ কভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কাঢ়া নিৰ্দেশনা জাৰি কৰাৰ পাচতো আজি গুৱাহাটীৰ ফাঁচী বজাৰত দেখা গ’ল গ্ৰাহকৰ ভীৰ।
সকলোৱে অগ্ৰাহ্য কৰা দেখা গ’ল প্ৰশাসনে বান্ধি দিয়া কভিডৰ নীতি নিয়ম।উৎসৱ মুখৰ পৰিবেশত শাৰীৰিক ব্যৱধানৰ দৰে গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বনৰ কৰা কোনেও পালন কৰা পৰিলক্ষিত নহ’ল।
Comments