Choose Language

  • All  
  • English
  • অসমীয়া

ভাৰতত যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ১৭৬১ জন লোকৰ ক'ভিডত মৃত্যু হৈছে


Published on April 20, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

অসমত নতুনকৈ ২৪৫ জন লোক ক'ৰনাত আক্ৰান্ত, এজন লোকৰ মৃত্যু


Published on April 9, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ৯ মাৰ্চঃ যোৱা ২৪ ঘণ্টাত অসমত নতুনকৈ ২৪৫ জন লোক ক'ৰনাত আক্ৰান্ত হৈছে আৰু এজন লোকৰ মৃত্যু হৈছে।
এতিয়ালৈকে ৰাজ্য খনত মুঠ ২,১৯,২৭২ জন লোক ক'ৰনাত আক্ৰান্ত হৈছে আৰু ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১,১১২ জনলৈ বৃদ্ধি পালে।
ৰাজ্যখনত এতিয়া ১০২৩ জন সক্ৰিয় ক'ভিড ৰোগী আছে। আজিলৈকে অসমত ২,১৫,৭৯০ জন লোকে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।


Published on January 1, 1970|News Source :

মহাৰাষ্ট্ৰ, দিল্লী, চত্তীশগড়ত যোৱা ২৪ ঘণ্টাত  ক'ভিডত সৰ্বাধিক মৃত্যু


Published on April 17, 2021|News Source : বিজয় শংকৰ বৰা


গুৱাহাটী, ১৭ এপ্ৰিলঃ যোৱা ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত ক'ভিডত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৮৫.৮৩ শতাংশ মাত্ৰ ১০ খন ৰাজ্যৰ। ইয়াৰে ৫০ শতাংশৰ মৃত্যু হৈছে  মহাৰাষ্ট্ৰ, দিল্লী আৰু চত্তীশগড়ত ।


দেশখনত যোৱা ২৪ ঘণ্টাত মুঠ ১৩৪১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ৩৯৮ জন মহাৰাষ্ট্ৰত, ১৪১ জন দিল্লীত, ১৩৮ জন চত্তীশগড়ত, ১০৩ জন উত্তৰ প্ৰদেশত, ৯৪ জন গুজৰাটত, ৭৮ জন কৰ্ণাটকত, ৬০ জন মধ্যপ্ৰদেশত, ৫৬ জন ঝাৰখণ্ডত, ৫০ জন পঞ্জাৱত আৰু ৩৩ জন তামিলনাডুত।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account