Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা,দৰিদ্ৰ শ্ৰেণীক দিলে সকাহ


Published on April 23, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

জাপানৰ প্ৰধানমন্ত্ৰীয়ে বাতিল কৰিলে ভাৰত ভ্ৰমণ


Published on April 21, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২১ এপ্ৰিল: জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাই কৰ'না ভাইৰাছৰ ব্যাপক ঘটনা বৃদ্ধিৰ বাবে বাতিল কৰিলে ভাৰত ভ্ৰমণ । 

এই মাহৰ শেষ ফালে তেওঁ ভাৰত আৰু ফিলিপিনচ ভ্ৰমণ কৰাৰ কথা আছিল ।


সোমবাৰে, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ক'ভিড-১৯ৰ বাবে ভাৰত ভ্ৰমণ বাতিল কৰে। এইবছৰ দ্বিতীয়বাৰৰ বাবে তেওঁ মহামাৰীৰ বাবে এই ভ্ৰমণ স্থগিত ৰাখিছে।

হস্পিতালৰ অগ্নিকাণ্ডত পাঁচ গৰাকী মহিলাসহ ১৩ জন ক'ভিড ৰোগীৰ মৃত্যু


Published on April 23, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ২৩ এপ্ৰিলঃ হস্পিতালৰ আই চি ইউৰ অগ্নিকাণ্ডত পাঁচ গৰাকী মহিলাসহ  আজি ১৩ জন ক'ভিড ৰোগীৰ মৃত্যু হয়।

এই শোকাবহ দুৰ্ঘটনাটো ঘটে মহাৰাষ্ট্ৰৰ পালগড় জিলাৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতালত।

চাৰি মহলীয়া বিজয় বল্লভ হস্পিতালৰ দ্বিতীয় মহলাত থকা আই চি ইউটোত পুৱতি নিশা ৩ বজাত জুই লাগে আৰু প্ৰায় ৫.৩০ বজাতহে অগ্নি নিৰ্বাপণ কৰিব পৰা যায়।

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account