Choose Language

  • All  
  • English
  • অসমীয়া

কিমান টকাত বিক্ৰী হৈ আছে ক'লা বজাৰত ৰেমডেচিভিৰ?


Published on April 23, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

টিকাকৰণৰ পিছতো ক'ভিড সংক্ৰমণ সম্ভৱনে?


Published on April 23, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২২ এপ্ৰিল:সমগ্ৰ দেশতেই প্ৰতিদিনে ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ত অক্সিজেনৰ উপৰিও বিচনাৰ যথেষ্ট নাটনি হৈছে ।

কিছুমান লোক ভেকছিনৰ এটা বা দুটা পালিৰ টিকাকৰণ কৰাৰ পিছতো ক'ভিড আক্ৰান্ত হৈছে । যাৰ ফলত ভেকছিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাধাৰণ লোক অধিক দ্বিধাগ্ৰস্ত হৈছে। 

স্বাস্থ্য মন্ত্ৰ্যালয়ে অনুষ্ঠিত কৰা এখন সংবাদমেলত আই.চি.এম.আৰৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে কয় যে এনে সংক্ৰমণৰ সংখ্যা খুব কম। 


যেতিয়া কোনোবাই টিকাকৰণ কৰাৰ পিছত সংক্ৰমণ হয়, এই ঘটনাটোক 'ব্ৰেক থৰু' ইনফেকশ্যন' বুলি কোৱা হয়। 

ভাৰতত এনে ‘ব্ৰেক থ্ৰু ইনফেকশ্যন’ৰ তথ্যলৈ লক্ষ্য কৰি, ভাৰ্গৱে প্ৰকাশ কৰিছে যে,  এই ঘটনাৰ সংখ্যা আশা কৰাতকৈ বহু কম। প্ৰতি ১০,০০০ত মাত্ৰ ৪ জন ব্যক্তি ।

২৮ এপ্ৰিলৰ পৰা প্ৰতিষেধকৰ বাবে পঞ্জীয়ন হ’ব নাম


Published on April 23, 2021|News Source : ৰুবী বৰুৱা দাস

গুৱাহাটী,২২ এপ্ৰিল: সমগ্ৰ দেশৰ ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে অহা পহিলা মে'ৰ পৰা কৰ'না ভাইৰাছৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব। প্ৰতিষেধক গ্ৰহণ কৰিবলগীয়া লোকসকলক অহা ২৮ এপ্ৰিলৰ পৰা আৰোগ্য সেতু এপ আৰু ‘ক’ৱিন’(CoWIN) প’ৰ্টেল যোগে নাম পঞ্জীয়ন কৰিব পাৰিব।


এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনৰ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা কোনো উৰা বাতৰিত পতিয়ন নগৈ সকলোকে প্ৰতিষেধক ল’বৰ বাবে পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। 


আন এক টোকাত আন এটা ভুল ধাৰণা সম্পৰ্কে স্পষ্ট কৰি দিয়ে যে,  ৰেমডেছিভিৰ কভিড -১৯ আৰোগ্য কৰি দিব পৰাকৈ যাদুকৰী ঔষধ নহয়, ঘৰুৱা ভাৱে বা চিকিৎসকৰ পৰামৰ্শ অবিহনে এই ঔষধ ব্যৱহাৰ কৰা নিষেধ।
 

Cartoon
View Older

 

December 7, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account