Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6392

হর্ছ ট্রেডিঙৰ ভয়ত সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত কোৱৰেন্টিন হ'ব কংগ্ৰেছ


Published on April 22, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ৰেস্তোৰাঁ,ধাবা,ভোজনালয় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা


Published on April 21, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২১ এপ্ৰিল:ৰেস্তোৰাঁ,ধাবা,ভোজনালয় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে।এই নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পাছত ৰেস্তোৰাঁ,ধাবা,ভোজনালয়ত বহি কোনোধৰণৰ খাদ্য খাব নোৱাৰিব।

অৱশ্যে ৬ বজাৰ পাছতো খাদ্যৰ হোম ডেলিভাৰী সেৱা অব্যাহত ৰাখিব পাৰিব।আনহাতে সন্ধিয়া ৬ বজাৰ পাছতো ই-কমাৰ্চ সেৱা অব্যাহত থাকিব।

জুন-জুলাইত ৰাজ্যিক কৰ্মচাৰীয়ে নাপাব নেকি দৰমহা?


Published on April 21, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২১ এপ্ৰিল: সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অহা ২ মে' ত । তেনে পৰিপ্ৰেক্ষিতত  বিৰোধী কংগ্ৰেছ পাৰ্টিয়ে  দাবী কৰিছে যে ৰাজ্যত অহা জুন আৰু জুলাই মাহৰ দৰমহা দিব পৰাকৈ পৰ্য্যাপ্ত ধন নাই ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই মন্তব্য কৰে যে বিজেপিৰ অদূৰদৰ্শিতাৰ বাবে ৰাজকোষ আজি উদং । মাহে দৰমহা দিয়াৰ বাবে প্ৰয়োজন হয় প্ৰায় ৩ হাজাৰ কোটি টকা ।

ৰিপুন বৰাই বিজেপিক তুলাধূনা দি কয় যে,  "বিজেপিয়ে এই কথা আগতে গম পাইছিল,সেইবাবে বিভিন্ন ঠাইৰ পৰা ধাৰ লৈ চৰকাৰ চলাই আছিল । এতিয়া ৰাজকোষত ধনেই নাই । সৰ্বানন্দ সোণোৱাল কেন্দ্ৰৰ আগত ব্যৰ্থ হৈছে । আমি জয়যুক্ত হ’লে কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি নাপাম, কিন্তু তেওঁলোকে আমাক সহায় কৰিবলৈ বাধ্য। আমি ভিক্ষা খুজিব যোৱা নাই,আমি আমাৰ প্ৰাপ্য বিচাৰি হে যাম। বিজেপিয়ে ৰাজকোষ উদং কৰি থৈ গৈছে ।"

Cartoon
View Older

 

October 21, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account