Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4883

'সন্দিকৈ মহাবিদ্যালয়’ৰ ছাত্ৰীবাসত এগৰাকী ছাত্ৰীৰ আত্মহত্যা:ছুইচাইট নোট উদ্ধাৰ


Published on April 22, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

ভয়ংকৰ:অসম পালেহি অতি ভয়ংকৰ ডাবল মিউটেন ক'ভিড


Published on April 22, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২২ এপ্ৰিল:ক’ভিডৰ দ্বিতীয়টো ঢৌ অধিক সৰ্বনাশী হৈ পৰিছে।প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কৰ'না ভাইৰাছৰ সংক্ৰমণ।এইবাৰ মহাৰাষ্ট্ৰৰ পৰা অসম পালেহি অতি ভয়ংকৰ ডাবল মিউটেন ক'ভিড।

ডিব্ৰুগড়ত ধৰা পৰিছে ডাবল মিউটেন্ট ক'ভিড ৰোগী।আজি এই কথা জানিবলৈ দিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে কয় যে,"ডাবল মিউটেণ্ট ক'ভিড যথেষ্ট ভয়ংকৰ।সেয়ে পূৰ্বতকৈ অধিক সজাগ আৰু সতৰ্ক হওক।"

Cartoon
View Older

 

May 16, 2021



North-East
View Older

From Our Archive

Create Account