Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4829

ডিব্ৰুগড় বিমানবন্দৰত ধৰাত পৰে ভয়ংকৰ মিউটেণ্ট ক'ভিড ষ্ট্ৰেইন


Published on April 22, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ৰাজ্যৰ কভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সকলো ৰাজনৈতিক দলৰ পৰামৰ্শ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে


Published on April 22, 2021|News Source : জনমভূমি নিউজ ডেস্ক, গুৱাহাটী, ফটোঃ ৰেৱ কুমাৰ বৰা


গুৱাহাটী, ২২ এপ্ৰিলঃ ৰাজ্যখনৰ সংকটপূৰ্ণ কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰামৰ্শ বিচাৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আজি মিলিত হৈছে অসমৰ সকলো ৰাজনৈতিক দলৰ প্রতিনিধিৰ সৈতে। গুৱাহাটীৰ খানাপাৰাত থকা অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আহ্বান কৰা সর্বদলীয় বৈঠকখনত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু কভিড-১৯ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত  অসম সন্মুখীন হোৱা প্ৰত্যাহবান সমূ্হৰ বিষয়ে সকলো দলৰ প্ৰতিনিধিকে অৱগত কৰাৰ উপৰি সেইবোৰৰ সন্মুখীন হ’বলৈ উপায় আৰু দিহা সমূহৰ আলোচনা কৰে। 

সম্পৰ্কীত বাতৰিঃ কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে বৈঠক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰাৱাসত ওলাল কভিড


Published on April 22, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২২ এপ্ৰিল: তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত ধৰা পৰিছে কভিড ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভি.ভেংকতৰাও গৱেষক ছাত্ৰাৱাসৰ আৱাসী তথা পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰদ্বয় প্ৰাঞ্জল শৰ্মা আৰু সৌমেন গোপ শেহতীয়াকৈ আক্রান্ত হৈছে ক'ভিডত ।

বৰ্তমান পদাৰ্থ বিজ্ঞান বিভাগৰ লগতে অইন বিভাগ সমূহ চেনিটাইজ কৰি থকা হৈছে । 

গুৱাহাটী বিশ্ববিদ্যালয়ে বৰ্ধিত কভিডৰ বাবে কালি নিৰ্দেশনাৱলী এখন প্ৰকাশ কৰে ।

Cartoon
View Older

 

May 9, 2021


Entertainment
View Older


From Our Archive

Create Account