Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4883

দিল্লীৰ প্ৰাক্তন মন্ত্ৰীৰ ক'ভিড-১৯ ত মৃত্যু


Published on April 22, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মৌলানা ৱাহিদুদ্দিন খানৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ


Published on April 22, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,২২ এপ্ৰিল:  প্ৰসিদ্ধ ইছলাম পণ্ডিত মৌলানা ৱাহিদুদ্দিন খানৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে শোক প্ৰকাশ কৰি কয় যে "ধৰ্মতত্ত্ব আৰু আধ্যাত্মিকতাৰ বিষয়ত তেওঁৰ অন্তৰ্দৃষ্টিসম্পন্ন জ্ঞানৰ বাবে তেওঁক সদায়ে স্মৰণ কৰা হ'ব।" লগতে মোডীয়ে কয়, "মৌলানা গৰাকীয়ে বিভিন্ন সমাজ সেৱা আৰু সামাজিক সৱলীকৰণৰ কামত জড়িত থকাৰ লগতে সকলোকে উৎসাহী কৰি ৰাখিছিল।" 

প্রধানমন্ত্রী মোডীয়ে টুইটাৰযোগে শোকসপ্ত পৰিয়ালবৰ্গলৈ আৰু অগণন শুভাকাংক্ষীলৈ সমবেদনা জ্ঞাপন কৰে। মৌলানা খান ক'ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অৱশেষত ৯৬ বছৰ বয়সত মৌলানা গৰাকীয়ে মৃত্যুবৰণ কৰিব লগীয়া হয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত চৰকাৰে মৌলানা খানক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা "পদ্ম বিভূষণ"ৰে সন্মানিত কৰে।

Cartoon
View Older

 

May 16, 2021



North-East
View Older

From Our Archive

Create Account