Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4883

অন্ত পৰিল ক'ভিড পৰিস্থিতিক লৈ সৰ্বদলীয় বৈঠক:অসমত ল'কডাউনৰ সম্ভাৱনা কিমান?


Published on April 22, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত,ফটোঃ ৰেৱ কুমাৰ বৰা
Share This Page
Related Stories

ৰাজ্যৰ কভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সকলো ৰাজনৈতিক দলৰ পৰামৰ্শ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে


Published on April 22, 2021|News Source : জনমভূমি নিউজ ডেস্ক, গুৱাহাটী, ফটোঃ ৰেৱ কুমাৰ বৰা


গুৱাহাটী, ২২ এপ্ৰিলঃ ৰাজ্যখনৰ সংকটপূৰ্ণ কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰামৰ্শ বিচাৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আজি মিলিত হৈছে অসমৰ সকলো ৰাজনৈতিক দলৰ প্রতিনিধিৰ সৈতে। গুৱাহাটীৰ খানাপাৰাত থকা অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আহ্বান কৰা সর্বদলীয় বৈঠকখনত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু কভিড-১৯ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত  অসম সন্মুখীন হোৱা প্ৰত্যাহবান সমূ্হৰ বিষয়ে সকলো দলৰ প্ৰতিনিধিকে অৱগত কৰাৰ উপৰি সেইবোৰৰ সন্মুখীন হ’বলৈ উপায় আৰু দিহা সমূহৰ আলোচনা কৰে। 

সম্পৰ্কীত বাতৰিঃ কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে বৈঠক

Cartoon
View Older

 

May 16, 2021



North-East
View Older

From Our Archive

Create Account