Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4883

নিজৰ বিলাসী বাহন বিক্ৰী কৰি বিনামূলীয়াকৈ অক্সিজেন যোগান ধৰা লোকজন


Published on April 22, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

কেন্দ্ৰীয় চৰকাৰে দিল্লীক প্ৰদান কৰিলে অতিৰিক্ত অক্সিজেন,মুখ্যমন্ত্ৰী কেজৰিৱালে জনালে ধন্যবাদ


Published on April 22, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২২ এপ্ৰিল: মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অনুৰোধৰ পিছত ৰাজধানী দিল্লীত কেন্দ্ৰীয় চৰকাৰে অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে । পূৰ্বৰ ৩৭৮ টনৰ পৰা এতিয়া দিল্লীয়ে পাব ৪৮০ টন অক্সিজেন ।

তেওঁ লগতে কয় যে কেন্দ্ৰই দিল্লীৰ চিকিৎসালয়সমূহলৈ অক্সিজেনৰ যোগান ধৰাৰ আশ্বাস দিছে ।

ৰাজধানী খনৰ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি কেজৰিৱালে কয়, "দিল্লীয়ে যোৱা কেইদিনমান ধৰি অক্সিজেনৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে। কেন্দ্ৰই সকলো ৰাজ্যৰ বাবে দিব লগীয়া অক্সিজেন পৰিমাণ নিৰ্ধাৰণ কৰে। দিল্লী চৰকাৰৰ প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় শাসিত অঞ্চলখনক প্ৰতিদিনে ৭০০ টনৰ প্ৰয়োজন। কেন্দ্ৰই আগতে দিল্লীৰ বাবে ৩৭৮ টন অক্সিজেন ঠিক কৰিছিল আৰু কালি ইয়াক ৪৮০ টনলৈ বৃদ্ধি কৰিছে।"


Published on January 1, 1970|News Source :
Cartoon
View Older

 

May 16, 2021



North-East
View Older

From Our Archive

Create Account