Cartoon
View Older
গুৱাহাটী, ২৭ এপ্ৰিলঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে। আজি গুৱাহাটীত দলটোৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ কিছু কৰ্মকৰ্তাই অসম চৰকাৰৰ যোগান বিভাগক নিৰ্মম ভাষাৰে গৰিহণা দিয়ে।
তাৰ পিচত অসমৰ যোগান বিভাগৰ এক পুত্তলিকা মৃতদেহ সাজি সেইটো ব্ৰ্হ্মপুত্ৰত উটুৱাই দিয়ে। মহামাৰীৰ সময়ত সাধাৰণ জনগণক অতিষ্ঠ নকৰিবলৈ চৰকাৰক সকিয়াই দিয়ে।
Comments