গুৱাহাটী, ২৭ এপ্ৰিলঃ আজি হনুমান জয়ন্তী উপলক্ষে গুৱাহাটীতো ভক্তসকলে গুৱাহাটীৰ হনুমান মন্দিৰত পূজা অৰ্চনা কৰে।
অৱশ্যে কভিড সৃষ্ট পৰিবেশৰ পৰিপ্ৰেক্ষিতত ভক্তৰ সংখ্যা যথেষ্ট কম দেখা যায়।
June 30, 2022
Comments