Choose Language

  • All  
  • English
  • অসমীয়া

ঘোষণা হ'ল অস্কাৰ বঁটা,৮৩ বছৰ বয়সত লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান


Published on April 26, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ডুৱাইন জনছনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ ইচ্ছা


Published on April 13, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,১৩ এপ্ৰিল: ''দ্য ৰক'' নামেৰে খ্যাত হলিউড তাৰকা ডুৱাইন জনছনে কৈছে যে যদি তেওঁ আমেৰিকানসকলৰ পৰা পৰ্যাপ্ত সমৰ্থন লাভ কৰে তেন্তে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। 

৪৮ বছৰীয়া ফাষ্ট এণ্ড ফিউৰিযয়াছৰ অভিনেতাজনে কৈছিল: "আমাৰ দেশক একত্ৰিত কৰাটো মোৰ এটা লক্ষ্য আৰু মই এইটোও অনুভৱ কৰোঁ যে যদি মানুহে বিচাৰে, তেন্তে মই সেইটো কৰিম,"


ডব্লিউ.ডব্লিউ.ইৰ প্ৰাক্তন চুপাৰষ্টাৰে কিন্তু কোৱা নাছিল যে তেওঁ কোনটো দলক প্ৰতিনিধিত্ব কৰিব ।

তেওঁৰ এই মন্তব্যটো যোৱা সপ্তাহত উপভোক্তা ট্ৰেণ্ড কোম্পানী পিপল ছে'ৰ দ্বাৰা প্ৰকাশিত এক অনলাইন জনমতৰ জৰীপৰ পিছত দেখা গৈছিল । ইয়াত প্ৰায় ৪৬ শতাংশ আমেৰিকান লোকে দ্য ৰকক ভোট দিয়াৰ কথা বিবেচনা কৰিছিল ।

জৰীপটোত ৩০,১৩৮ জন ব্যক্তিক তেওঁলোকৰ মতামত সুধিছিল যে তেওঁলোকে কোনসকল চেলিব্ৰিটিক ৰাষ্ট্ৰপতি হিচাপে চাব বিচাৰে।

ক’ভিড-১৯ত ক্ষতিগ্রস্তলৈ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ এক কোটি টকাৰ আর্থিক সাহায্য 


Published on April 26, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৬ এপ্ৰিল:ক’ভিড-১৯ত ক্ষতিগ্রস্তলৈ এক কোটি টকা আর্থিক সাহায্য বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ৷প্রাক্তন ক্রিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰ ফাউণ্ডেশ্যনলৈ অক্ষয় কুমাৰে এই সাহায্য আগবঢ়াইছে৷

উল্লেখযোগ্য যে,ছুপাৰষ্টাৰ অভিনেতাগৰাকীয়ে অক্ষয় কুমাৰে ক’ভিড-১৯ত ক্ষতিগ্রস্তলৈ এক কোটি টকা আগবঢ়োৱাৰ পাছত গৌতম গম্ভীৰে টুইটযোগে অক্ষয় কুমাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে৷

 

Cartoon
View Older

 

May 13, 2021




From Our Archive

Create Account