Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত "সামূহিক টিকাকৰণ অভিযান" কাৰ্যসূচী গ্ৰহণ


Published on April 26, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ক’ভিডক লৈ উদ্বিগ্ন মুখ্য সচিব জিষ্ণু বৰুৱা:সকলোকে ক’ভিড বিধি পালন কৰিবলৈ আহ্বান


Published on April 26, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৬ এপ্ৰিল:সমগ্ৰ দেশৰ লগতে অসমতো কৰ'নাৰ সংক্ৰমন অব্যাহত আছে।দেওবাৰৰ দিনটোত অসমত আকৌ ১,৮৪৪জনৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ।অসমত এতিয়াও কৰ'নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫,৪৭০জন ৰোগী।ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্য সচিব জিষ্ণু বৰুৱা।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য সচিব জিষ্ণু বৰুৱায় কয় যে,"বৰ্তমান অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অহা এক সপ্তাহ-দহ দিনত পৰিস্থিতি কোন ফালে গতি কৰে কোৱা টান।যাৰ বাবে আমি সজাগ আৰু সাৱধান হোৱাৰ উপৰি চৰকাৰী গাইড লাইন মানি চলিব লাগিব।

অন্যথা পৰিস্থিতি কি হ’ব কোনেও ক’ব নোৱাৰে।কিয়নো পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিলে তেতিয়া কৰাৰ একো উপায় নাথাকিব।"উল্লেখযোগ্য যে,তেওঁ সকলোকে ক’ভিড বিধি পালন কৰাৰ আহ্বান জনায়।

অ'এনজিচিৰ কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য:অপহৰণ কাণ্ডত জড়িত কনিষ্টবলক গ্ৰেপ্তাৰ


Published on April 26, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৬ এপ্ৰিল:অ'এনজিচিৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য।এইবাৰ গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল।অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত পলাতক হৈ থকা কনিষ্টবল বসন্ত বুঢ়াগোহাইক শদিয়াৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে,২৩ এপ্ৰিলৰ পুৱতি নিশা লাকুৱাৰ অ'এনজিচিৰ ৮নং জিজিএছৰ পৰা অপহৃত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰা হয় যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে ৰিতুল শইকীয়া।

ইতিমধ্যে ৰিতুল শইকীয়াক বিচাৰি ভাৰতীয় সেনা, অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account