Choose Language

  • All  
  • English
  • অসমীয়া

ৰাছিয়াই প্ৰেৰণ কৰিলে অক্সিজেন কনচেণ্ট্ৰেইটৰ,ভেন্টিলে’টৰ আৰু ঔষধ


Published on April 29, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণা: ১ লাখ পোৰ্টেবল অক্সিজেন কনচেণ্ট্ৰেটৰ ক্ৰয় ক'ৰা হ'ব


Published on April 28, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৮ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছত লিকুইড মেডিকেল অক্সিজেন (এলএমঅ') যোগান উন্নত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে অতি শীঘ্ৰে অক্সিজেন কনচেণ্ট্ৰেটৰবোৰ ক্ৰয় কৰিব লাগে আৰু ৰাজ্যসমূহত প্ৰদান কৰিব লাগে।

পিএম কেয়াৰ্ছ ফাণ্ডৰ অধীনত পূৰ্বতে অনুমোদিত ৭১৩ টা পিএছএ প্ৰকল্পৰ উপৰিও, পিএম কেয়াৰ্ছ ফাণ্ডৰ অধীনত ৫০০ টা নতুন প্ৰেচাৰ চুইং এডচৰ্পচন (পিএছএ) অক্সিজেন প্ৰকল্প আজি মঞ্জুৰ কৰা হৈছে।


ডি.আৰ.ডি.অ' আৰু চি.এছ.আই.আৰৰ দ্বাৰা এই ৫০০ টা পি.এছ.এ প্ৰকল্প স্থাপন কৰা হ'ব।

পি.এছ.এ. প্ৰকল্প স্থাপন কৰা আৰু পোৰ্টেবল অক্সিজেন কনচেণ্ট্ৰেটৰ ক্ৰয় কৰিলে অক্সিজেনৰ যোগান যথেষ্ট বৃদ্ধি হ'ব ।

কভিশ্বিল্ডৰ মূল্য ২৫ শতাংশ হ্ৰাস: আদাৰ পুনাৱালা


Published on April 29, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,২৯ এপ্ৰিল: চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই ৰাজ্যসমূহৰ সুবিধাৰ্থে ক'ভিড-১৯ ভেকছিন কভিশ্বিল্ডৰ মূল্য ৪০০ ৰ পৰা ৩০০ টকালৈ হ্ৰাস কৰে।  কভিশ্বিল্ডৰ মূল্য হ্ৰাস সন্দৰ্ভত আদাৰ পুনাৱালাই কয় যে, "চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া"ই ৰাজ্যসমূহৰ অতিৰিক্ত হাজাৰ হাজাৰ কোটি পুঁজি ৰাহি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লয়।

ইয়াৰ দ্বাৰা ৰাজ্যসমূহো ৰাহি হোৱা পুঁজিৰে অধিক টীকাকৰণ কৰি লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ব।" ইতিমধ্যে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই কভিশ্বিল্ডৰ মূল্য ২৫ শতাংশ হ্ৰাস কৰিছে।

Cartoon
View Older

 

September 16, 2021


Entertainment
View Older


From Our Archive

Create Account