Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈ ২৬জন লোকৰ মৃত্যু


Published on April 30, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

ক'ভিডত আক্ৰান্ত হৈ দিল্লীস্থিত অসমৰ জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু


Published on April 30, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৩০ এপ্ৰিল:ক'ভিডৰ ভয়াবহতাৰ মাজতেই আহিছে আৰু এটা বেয়া খবৰ।এইবাৰ ক'ভিডত আক্ৰান্ত হৈ দিল্লীস্থিত অসমৰ জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হৈছে।দিল্লীৰ প্ৰতীক্ষা হাস্পতালত শুক্ৰবাৰে পুৱা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হয়।

টাইমছ অফ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নিলাক্ষীৰ স্বামী কল্যান বৰুৱাও ক'ভিডত আক্ৰান্ত হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ আছে।কল্যাণ বৰুৱা আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক।

নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।নীলাক্ষীয়ে স্বামী কল্যাণ বৰুৱা আৰু একমাত্ৰ কন্যাক এৰি থৈ গৈছে।

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account