Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6552

চৰকাৰ আহিলে ৰূপজ্যোতি কুর্মীয়ে ল'ব ক্ৰীড়া আৰু উদ্যোগ বিভাগ


Published on April 30, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

মেঘালয়ত নিষিদ্ধ পৰ্য্যটকৰ প্ৰৱেশ,স্থানীয় পৰ্যটকৰ বাবে কঠোৰ নীতি নিৰ্দেশনা জাৰি


Published on April 19, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,১৯ এপ্ৰিল: মেঘালয় চৰকাৰে শেহতীয়াকৈ ক'ভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ মাজতে ৰাজ্যখনত পৰ্যটকৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

পৰ্যটকৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা ২৩ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটাৰযোগে এই ঘোষণা কৰিছিল "অহা ২৩ এপ্ৰিলৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰ্যটকসকলৰ বাবে ইয়াৰ দুৱাৰ বন্ধ কৰি দিয়া হব, অৱশ্যে স্থানীয় পৰ্যটন অব্যাহত থাকিব। আৰ.টি-পি.চি.আৰ পৰীক্ষাৰ সময়সীমা ৭২  ৰ পৰা ৪৮ ঘণ্টালৈ হ্ৰাস কৰা হ'ব," ।

 


Published on January 1, 1970|News Source :

আগৰতলাত জাৰি হ'ল নৈশ সান্ধ্যআইন


Published on April 21, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২১ এপ্ৰিল:সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা চৰকাৰে আগৰতলা পৌৰ নিগম এলেকাত কৰ'না ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে নিশাৰ ভাগত কাৰফিউ ঘোষণা কৰিছে।

বৃহস্পতিবাৰৰ নিশাৰ পৰা আৰম্ভ হ'ব লগীয়া এই কাৰফিউৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ হ'ব।

মুখ্য সচিব মনোজ কুমাৰে মঙলবাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ১৪৪ আগৰতলাত জাৰি কৰা হ'ব আৰু নিযুক্তি সম্পৰ্কীয় পৰীক্ষা স্থগিত ৰখা হ'ব।

এই সময়ছোৱাত চিকিৎসা আৰু অন্যান্য জৰুৰীকালীন প্ৰয়োজনীয়তা,স্বাস্থ্য, আৰক্ষী, সুৰক্ষা, বিদ্যুৎ যোগান, খোৱা পানী যোগান আদিৰ দৰে অত্যাৱশ্যকীয় সেৱা বজাই ৰখা কাৰ্যক ৰেহাই দিয়া হ'ব ।

Cartoon
View Older

 

December 6, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account