Choose Language

  • All  
  • English
  • অসমীয়া

তাৎক্ষণিক সাহায্য সেৱাৰ নম্বৰ মুকলি কৰিলে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে


Published on April 28, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

৬.৭ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল সমগ্ৰ উত্তৰ-পূৱ ভাৰত


Published on April 28, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী,২৮ এপ্ৰিল: আজি ৰাতিপুৱা সমগ্ৰ ৰাজ্যত  দুটাকৈ প্ৰৱল ভূমিকম্পৰ জোঁকাৰণি ঘনিভুত হয়। উক্ত ভূমিকম্প দুটিৰ জোঁকাৰণিৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।  ৭-৫৩ মিনিট আৰু ৮-০৩ মিনিটত দুটাকৈ বৃহৎ ভূমিকম্পই সমগ্ৰ অসমক জোঁকাৰি যায়।

ভূমিকম্পত গুৱাহাটীত এজনৰ মৃত্যু:হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ


Published on April 28, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৮ এপ্ৰিল:আজি পুৱা অহা ভূমিকম্পত গুৱাহাটীত এজনৰ মৃত্যু হৈছে।নিহত ব্যক্তিজন মহানগৰীৰ চন্দ্রপুৰৰ তাঁতিমাৰা গাওঁৰ প্ৰসন্ন কলিতা বুলি জানিব পৰা গৈছে।ভূমিকম্পত প্ৰাণ গল এজন ৭০ উৰ্ধৰ প্ৰসন্ন কলিতাৰ।

প্ৰসন্ন কলিতাৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।ভূমিকম্পৰ সময়ত পৰিয়ালৰ বাকীবোৰ লোক বাহিৰত ওলাই অহাৰ সময়তে ব্যক্তিজন নিহত হয়।

Cartoon
View Older

 

December 2, 2021


Entertainment
View Older


From Our Archive

Create Account