Classifieds
View All
গুৱাহাটী, ২৮ এপ্ৰিলঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী থানাৰ অন্তৰ্গত উত্তৰ গৰুৱাঝাৰৰ ছয়াবস্তিত কালি নিশা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি ক্ষতিসাধন কৰে৷ক্ষয়-ক্ষতিৰ হিচাবৰ সবিশেষ এতিয়ালৈকে পোৱা নাই।
Comments