Choose Language

  • All  
  • English
  • অসমীয়া

ডুবাই আৰু ছিংগাপুৰৰ পৰা আহি পালে ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ


Published on April 28, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

আয়াৰলেণ্ডে ভাৰতবৰ্ষলৈ আগবঢ়ালে ৭০০ অক্সিজেন কনচেণ্ট্ৰেইটৰ


Published on April 27, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৭ এপ্ৰিল:ভাৰতৰ ক'ভিড-১৯ৰ বিপৰ্যয়ৰ প্ৰতি সাহায্য হিচাপে আয়াৰলেণ্ডে ৭০০ টা অক্সিজেন কনচেণ্ট্ৰেইটৰ প্ৰেৰণ কৰিছে ।

বায়ুৰ পৰা অক্সিজেন আহৰণ কৰা আৰু ৰোগীসকলক প্ৰদান কৰা কনচেণ্ট্ৰেইটৰবোৰ সোনকালে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

আয়াৰলেণ্ডে বন্ধুত্বৰ চিন হিচাপে ভাৰতলৈ ভেণ্টিলেটৰ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে যিটো ইউৰোপীয় ইউনিয়নৰ সমন্বিত সঁহাৰিৰ অংশ, যাতে দেশখনক ক'ভিড-১৯ ৰ বৃহৎ সংক্ৰমণৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে।

আইৰিছ ৰাষ্ট্ৰদূত ব্ৰেণ্ডন ৱাৰ্ডে এইদৰে কৈছিল: "আয়াৰলেণ্ডত ভাৰতৰ পৰিস্থিতি সূক্ষ্মভাৱে অনুসৰণ কৰি থকা হৈছে,আয়াৰলেণ্ডত বৃহৎ সংখ্যক ভাৰতীয় সম্প্ৰদায়ৰ লোক আছে। ভাৰতীয় চিকিৎসকসকল আমাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ অংশ।

ব্ৰিটেইনে ভাৰতলৈ পঠিয়ালে ১০০ টা ভেন্টিলেটৰ আৰু ৯৫ টা অক্সিজেন কনচেণ্ট্ৰেইটৰ


Published on April 27, 2021|News Source : ৰাহুল ডেকা

 

গুৱাহাটী,২৭ এপ্ৰিল: কৰ'না ভাইৰাছে ভাৰতত চলোৱা ধ্বংস যজ্ঞৰ মাজত বিভিন্ন দেশে আগবঢ়াইছে নিজ সাহায্য-সহযোগ। 

ভাৰত বৰ্ষৰ স্বাস্থ্য খণ্ডৰ সহায়ৰ বাবে ব্ৰিটেইনৰ পৰা অহা ১০০ টা ভেণ্টিলেটৰ আৰু ৯৫ টা অক্সিজেন কনচেণ্ট্ৰেইটৰকে ধৰি বহু গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰী আজি ৰাতিপুৱা ভাৰতত উপস্থিত হৈছে। 

এই তথ্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰনালয়ে টুইটাৰত প্ৰকাশ কৰে ।

ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীকে ধৰি আন কেইবাখন দেশেও ভাৰতক সহায় কৰাৰ কথা ঘোষণা কৰিছে।

most read news
    Cartoon
    View Older

     

    September 28, 2021


    Entertainment
    View Older


    From Our Archive

    Create Account