Choose Language

  • All  
  • English
  • অসমীয়া

ক'ভিড চিকিৎসালয়তো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি,নিমিষতে ভাইৰেল ফটো


Published on April 28, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

বিগত ২৪ ঘন্টাত দেশত কৰ'নাত আক্ৰান্ত হৈ ৩,২৯৩ জন লোকৰ মৃত্যু


Published on April 28, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৮ এপ্ৰিল:দেশত অব্যাহত আছে কৰ'নাৰ সংক্ৰমন।কৰ'নাক লৈ আতংক অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিশেষকৈ বিগত ২৪ ঘন্টাত দেশত কৰ'নাত আক্ৰান্ত হৈছে ৩,৬০,৯৬০ জন লোক।

আনহাতে বিগত ২৪ ঘন্টাত দেশত কৰ'নাত আক্ৰান্ত হৈ ৩,২৯৩ জন লোকৰ মৃত্যু হৈছে।উল্লেখযোগ্য যে, বৰ্তমানলৈ দেশত ১,৭৯,৯৭,২৬৭ জন লোক কৰ'নাত আক্ৰান্ত হৈছে।

বৰ্তমানলৈ দেশত ২,০১,১৮৭ জন লোক কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।


Published on January 1, 1970|News Source :

ভূটানে ভাৰতক দিব ৪০ মেট্ৰিক টন তৰল অক্সিজেন


Published on April 28, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৮ এপ্ৰিল: বৰ্তমানৰ ভাৰতৰ ভয়ংকৰ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভূটানে ভাৰতক যোগান ধৰিব তৰল অক্সিজেন। 

প্ৰতিদিনে ভূটানৰ চামদ্ৰুপ ঝংখাৰ অক্সিজেন প্ৰকল্পৰ দ্বাৰা উৎপাদিত চল্লিশ মেট্ৰিক টন তৰল অক্সিজেন ক্ৰায়'জেনিক টেংকাৰ ব্যৱহাৰ কৰি অসমলৈ ৰপ্তানি কৰা হ'ব। 


ভূটানৰ দ্বাৰা প্ৰেৰণ ক'ৰা এই অক্সিজেনৰ ফলত ক'ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে যুঁজি থকা যুঁজৰ সমভাগী হ'ল ভূটান ।  

ভূটান চৰকাৰৰমতে এয়া ভাৰত আৰু ভূটানৰ মাজত থকা ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ এক ব্যৱহাৰিক প্ৰকাশ।

Cartoon
View Older

 

September 16, 2021


Entertainment
View Older


From Our Archive

Create Account