Choose Language

  • All  
  • English
  • অসমীয়া

২.৪৫ কোটি নাগৰিকে তৃতিয় পৰ্যায়ৰ ক'ভিড ভেকছিন অভিযানত অংশগ্ৰহণ কৰিবলৈ পঞ্জীয়ণ কৰিছে


Published on April 30, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

কৰ’নামুক্ত হৈ ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং


Published on April 29, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,২৯ এপ্ৰিল: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং কৰ’নামুক্ত হোৱাৰ পিছত আজি দিল্লীৰ এইমচ হাস্পাতালৰ পৰা ঘৰলৈ আহিবলৈ দিয়া হয়। 

৮৮ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে এপ্ৰিলৰ ১৯ তাৰিখে মৃদু জ্বৰ অনুভৱ কৰাত দিল্লীৰ এইমচ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সম্প্ৰতি প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী সম্পূর্ণ সুস্থ হৈ উঠাত হাস্পতাল কৰ্তৃপক্ষই সিঙক ঘৰলৈ আহিবলৈ অনুমতি দিয়ে।

বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈ ২৬জন লোকৰ মৃত্যু


Published on April 30, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৩০ এপ্ৰিলঃঅসমত বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈ ২৬জন লোকৰ মৃত্যু হয়।বৃহস্পতিবাৰে মুঠ ৬৭,২৭৮ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,০৭৯জনৰ ৰিজাল্ট পজিটিভ আহে।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,০২৯জন লোক আক্ৰান্ত হয়।বৃহস্পতিবাৰে আক্ৰান্ত লোকৰ ভিতৰত ২৬জনৰ মৃত্যু হয় আৰু ইয়াৰে ১৫জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত কৰ'নাত আক্ৰান্ত হৈছে ৩,৮৬,৪৫২ জন লোক।কৰ'নাত আক্ৰান্ত হৈ এদিনতে দেশত ৩৪৯৮ জনৰ মৃত্যু হয়।

Cartoon
View Older

 

May 19, 2022


Entertainment
View Older


From Our Archive

Create Account