Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6906

আই পি এলৰ ইতিহাসত ক্ৰিছ গেইলৰ সৰ্বনিম্ন পৰিসৰৰ ৬


Published on May 1, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

কৰ’নাৰ ভেকচিন লোৱাৰ পাছত কিমান লোক আক্ৰান্ত হৈছে?কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে তথ্য


Published on April 22, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২২ এপ্ৰিল:কৰ’না ভাইৰাছৰ ভেকচিন লোৱাৰ পাছত কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে।ইয়াৰ ফলত স্বাভাৱিকতেই বহুতৰে মনত প্ৰশ্নৰ উদয় হোৱাৰ লগতে শংকাৰ সৃষ্টি হৈছে।কিন্তু এই শংকা দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে তথ্য।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি "বৰ্তমানলৈ দেশত ৯,৩৫৬,৪৩৬জনক কোভাক্সিনৰ ড’জ দিয়া হৈছে।ইয়াৰ পাছত কৰ’নাত ৪,২০৮জন আক্ৰান্ত হৈছে।অৰ্থাৎ এই হাৰ ০.০৪শতাংশ। দেশত ১,৭৩৭,১৭৮জন লোকে দ্বিতীয় ড’জ লাভ কৰিছে।তাৰ পাছত ৬৯৫জন কৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমানলৈকে কোভিশ্বিল্ডৰ মুঠ ১১.৬কোটি ড’জ দিয়া হৈছে।ভেকচিন লোৱাৰ পাছত  ১৭,১৪৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।অৰ্থাৎ০.০২শতাংশ লোক।"

উল্লেখযোগ্য যে, ভেকচিন লোৱাৰ পাছত ১০,০০০জনৰ ভিতৰত দুই-চাৰিজন লোক আক্ৰান্ত হৈছে।ইয়াৰ ভিতৰত অধিকাংশ স্বাস্থ্যকৰ্মী।

'সন্দিকৈ মহাবিদ্যালয়’ৰ ছাত্ৰীবাসত এগৰাকী ছাত্ৰীৰ আত্মহত্যা:ছুইচাইট নোট উদ্ধাৰ


Published on April 22, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২২ এপ্ৰিল:'সন্দিকৈ মহাবিদ্যালয়’ৰ ছাত্ৰীবাসত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে।ছাত্ৰীগৰাকীৰ নাম সাবিত্ৰী বৰ্মন বুলি জানিব পৰা গৈছে।

বিচিএ পাঠ্যক্ৰমৰ ছাত্ৰী সাবিত্ৰী বৰ্মনৰ ঘৰ ধেমাজিৰ চিলাপথাৰত।উল্লেখযোগ্য যে ঘটনাস্থলীত আৰক্ষীয়ে এখন ছুইচাইট নোট উদ্ধাৰ কৰিছে।

অৱশ্যে ছুইচাইট নোটত ছাত্ৰী গৰাকীয়ে মৃত্যুৰ ক্ষেত্ৰত কাকো জগৰীয়া কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Cartoon
View Older

 

May 21, 2022


Entertainment
View Older


From Our Archive

Create Account