Choose Language

  • All  
  • English
  • অসমীয়া

এক বৃহৎ ব্যৱধানত পিছুৱাই আছে বি.পি.এফৰ তিনিওগৰাকী মন্ত্ৰী


Published on May 2, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ দিশে বিজেপি মিত্ৰজোঁট:কোন সমষ্টিত কোন আগবাঢ়ি আছে?


Published on May 2, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ২ মে’:ৰাজ্যত অ‍ব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা।নিৰ্বাচনৰ ভোটগণনাত  অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে।দ্বিতীয় স্থানত আছে কংগ্ৰেছ।

কোন সমষ্টিত কোন আগবাঢ়ি আছে?

১)চতুৰ্থ ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অগপ সভাপতি অতুল বৰা।

২)শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ আগবাঢ়ি আছে।

৩)মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলীত আগবাঢ়ি আছে।

৪) মৰানত বিজেপিৰ চক্ৰধৰ গগৈ আগবাঢ়ি আছে।

৫)জালুকবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে।

৬)নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈ আগবাঢ়ি আছে।

৭)চাবুৱাত অগপৰ পোনাকন বৰুৱা আগবাঢ়ি আছে।

৮)বৰছলা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মা আগবাঢ়ি আছে। 

৯)লাহোৱালত বিজেপিৰ বিনোদ হাজৰিকা আগবাঢ়ি আছে। 

১০)পশ্চিম গুৱাহাটীত অগপৰ ৰমেন্দ্ৰ নাৰায়ন কলিতা আগবাঢ়ি আছে।

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account